Themes

All themes

Twenty Twenty-Four

Twenty Twenty-Four

শৈলীৰ ৰূপভেদ (8)

Community theme

This theme is developed and supported by a community. Contribute to this theme

  • Version 1.4
  • Last updated ডিচেম্বৰ 3, 2025
  • Active installations 600,000+
  • WordPress version 6.4
  • PHP version 7.0

Twenty Twenty-Four-ক লেহুকা, বহুমুখী আৰু যিকোনো ৱেবছাইটত প্ৰযোজ্য হ’ব পৰাকৈ ডিজাইন কৰা হৈছে। ইয়াৰ টেমপ্লে’ট আৰু আৰ্হিৰ সংগ্ৰহ বিভিন্ন প্ৰয়োজন অনুসৰি খাপ খোৱাকৈ তৈয়াৰ কৰা হৈছে, যেনে ব্যৱসায় উপস্থাপন কৰা, ব্লগ প্ৰস্তুত কৰা আৰু লেখন বা কাম প্ৰদৰ্শন কৰা। ৰং আৰু টাইপ’গ্ৰাফীৰ মাত্ৰ কেইটামান সাল-সলনিৰ দ্বাৰা বহুতো সম্ভাৱনা মুকলি হয়। Twenty Twenty-Four-এ ছাইট গঢ়াৰ প্ৰক্ৰিয়া দ্ৰুত কৰাত সহায় কৰিবলৈ লৈ অহা শৈলীৰ ভিন্নতা আৰু সম্পূৰ্ণ পৃষ্ঠাৰ ডিজাইনবোৰ ছাইট সম্পাদকৰ সৈতে সম্পূৰ্ণৰূপে সুসংগত আৰু WordPress 6.4-ত আগবঢ়োৱা নতুন ডিজাইন-সংক্ৰান্তিয় সা-সঁজুলিৰ সুবিধা লয়।

Patterns

Downloads per day

সক্ৰিয় ইনষ্টলেশ্যন: 600,000+